Become a News Creator

Your local stories, Your voice

Follow us on
Download App fromplay-storeapp-store
Advertisement
Back
Kamrup Metropolitan781012

গুৱাহাটীত ভাৰতীয় শিক্ষন মণ্ডলৰ গুৰুপূৰ্ণিমা উত্সব উদযাপন

Arpan Ananda sarma
Jul 29, 2024 12:04:35
Guwahati, Assam

২৮ জুলাই ২০২৪ ৰবিবাৰে গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ত ভাৰতীয় শিক্ষণ মণ্ডল উত্তৰ অসম প্ৰান্তৰ উদ্যোগত গুৰুপূৰ্ণিমা উত্সব অনুষ্ঠিত হয়। অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যাপক ডঃ জয়ন্ত শৰ্মা শাস্ত্ৰীৰ বিশেষ বক্তৃতা। শ্ৰীযুত নীল মোহন ৰায়দেৱে সভাপতিত্ব কৰা এই অনুষ্ঠানৰ সঞ্চালনা কৰে ভাৰতীয় শিক্ষণ মণ্ডল উত্তৰ অসম প্ৰান্তৰ সচিব শ্ৰী দীপক কুমাৰ শৰ্মাই। এই মনোজ্ঞ অনুষ্ঠানে গুৰু-শিষ্য পৰম্পৰাৰ মহত্ব তথা শিক্ষাৰ ক্ষেত্ৰত গুৰুৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে।

0
Report

For breaking news and live news updates, like us on Facebook or follow us on Twitter and YouTube . Read more on Latest News on Pinewz.com

Advertisement
Advertisement