Back
Nalbari781346blurImage

বৰমাৰ মাজগাওঁত জনকল্যাণ যুৱক সংঘৰ উদ্যোগত শিল্প সাহিত্য সংস্কৃতিৰ এদিন শীৰ্ষক কাৰ্যসূচী

Rajesh Baishya
Jan 01, 1 00:00:00
Barama, Assam
বৰমাৰ মাজগাওঁত জনকল্যাণ যুৱক সংঘৰ উদ্যোগত শিল্প সাহিত্য সংস্কৃতিৰ এদিন শীৰ্ষক কাৰ্যসূচী । এতিয়া গ্ৰীষ্মবন্ধৰ সময় । এই সময়ত ছাত্ৰ ছাত্ৰীসকলক ব্যস্ত কৰি ৰখাৰ মানসেৰে বৰমাৰ বাংনাবাৰী মাজগাৱত জনকল্যাণ যুৱক সংঘৰ উদ্যোগত ৰূপায়ন কৰা হয় এই কাৰ্যসূচীৰ । দিনত ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন মননশীল কাৰ্যসূচীৰ ৰূপায়নৰ পিছতেই সন্ধিয়া গীতে মাতে কবিতাৰে এটা জীপাল সন্ধিয়াৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । এই কাৰ্যসূচীত কেইবাজনো বিশিষ্ট কবিয়ে কবিতা পাঠ কৰাৰ লগতে গীত আৰু নৃত্যৰ কাৰ্যসূচীত অংশ লয় ।
0
Report

For breaking news and live news updates, like us on Facebook or follow us on Twitter and YouTube . Read more on Latest News on Pinewz.com