Back
Nalbari781346blurImage

নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত দক্ষতা বিকাশৰ বিশেষ প্ৰশিক্ষণ শিৱিৰ

Rajesh Baishya
Jul 25, 2024 10:43:13
Barama, Assam

নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত অনুসূচিত জাতিৰ মহিলাসকলৰ বাবে এক বিশেষ দক্ষতা বিকাশ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। ৫ দিনীয়া এই কাৰ্যসূচীত মাছৰ পৰা বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ কৌশল শিকোৱা হয়। কৃষি বিজ্ঞান কেন্দ্ৰ, গ্ৰেন্ট থণৰ্টন ভাৰত আৰু CIFE ৰ যৌথ উদ্যোগত অনুষ্ঠিত এই শিবিৰত বৰভাগ নাৰী আৰু বুঢ়াদিয়া ফাৰ্মাৰ্চ কোম্পানী লিমিটেডৰ সদস্যসকলে অংশগ্ৰহণ কৰে। সামৰণি অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী  ড° প্ৰশান্ত পাঠক, জিলা মীন বিষয়া অনুপম শৰ্মাসহ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে।

0
Report

For breaking news and live news updates, like us on Facebook or follow us on Twitter and YouTube . Read more on Latest News on Pinewz.com