Back
নলবাৰী সদৰৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ কংগ্ৰেছত যোগদান
Nalbari, Assam
নলবাৰী সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে। দুই দশকৰো অধিক কাল বিজেপিৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ থকা শৰ্মাই পদ্ম এৰি গান্ধী টুপী পিন্ধিলে। কংগ্ৰেছত যোগদান কৰি তেওঁ মন্তব্য কৰিলে যে হিমন্ত বিশ্ব শৰ্মা মিছলীয়া আৰু বিজেপিয়ে ভয়-প্ৰলোভনৰ ৰাজনীতি কৰিছে। অশোক শৰ্মাক আদৰণি জনাই প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই ক'লে যে কংগ্ৰেছত সকলোকে সমান চকুৰে চোৱা হয় আৰু পুৰণিক মৰ্যাদা দিয়া হয়।
0
Report
For breaking news and live news updates, like us on Facebook or follow us on Twitter and YouTube . Read more on Latest News on Pinewz.com
Advertisement
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
1
Report
0
Report
0
Report
1
Report
0
Report