Back
Nalbari781371blurImage

গোৱৰাদলত পূৱ নামবৰভাগ মণ্ডল কংগ্ৰেছৰ কৰ্মীসভা

Rajesh Baishya
Jul 28, 2024 15:30:16
Goboradol, Assam

নলবাৰী জিলাৰ গোৱৰাদলত পূৱ নামবৰভাগ মণ্ডলৰ কংগ্ৰেছ দলৰ কৰ্মীসভা অনুষ্ঠিত হয়। এই সভাত বহুসংখ্যক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে। সভাখনত দলৰ কাৰ্যসূচী আৰু ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আলোচনা কৰা হয়।

0
Report

For breaking news and live news updates, like us on Facebook or follow us on Twitter and YouTube . Read more on Latest News on Pinewz.com