Back
Nalbari781335blurImage

ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ উদ্যোগত ৰাষ্ট্ৰীয় হস্ত তাতশিল্প দিৱস পালন

Idul Hussain
Aug 08, 2024 17:35:08
Nalbari, Assam

নলবাৰী জিলাত ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা মহিলা মৰ্চাৰ উদ্যোগত আৰু মণ্ডল মহিলা মৰ্চাৰ সহযোগত ৰাষ্ট্ৰীয় হস্ততাত শিল্প দিৱস পালন কৰা হয়। কাৰ্যক্ৰমত মহিলা গ্ৰাম্য সংগঠক সকলে জিলা পুথিভৰাল বাকৰিত হস্তকৃত কাপোৰৰ বিপণি আৰম্ভ কৰে।

0
Report

For breaking news and live news updates, like us on Facebook or follow us on Twitter and YouTube . Read more on Latest News on Pinewz.com