Back
উত্তপ্ত গৰমৰ পৰা পৰিত্ৰাণৰ বাবে আহক কাজিৰঙালৈ
Kaziranga, Assam
উত্তপ্ত গৰমে সকলোকে পীড়িত কৰিছে। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনিও আহক কাজিৰঙালৈ। কাজিৰঙা-কাৰ্বি আংলং সীমান্তৰ হাতীপাথৰৰ নয়নাভিৰাম পৰিৱেশে আপ্লুত কৰিব আপোনাক। কাৰ্বি পাহাৰৰ পৰা নামি অহা কহঁৰা নদীৰ মাজে মাজে থকা শিলাখণ্ড আৰু নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যই বহুজনক মুগ্ধ কৰিছে। গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি শীতল ঠাইলৈ যোৱাৰ বিপৰীতে আপুনিও আহিব পাৰে কাজিৰঙাৰ এই শোভা উপভোগ কৰিবলৈ। স্থানীয় লোকৰ মতে ঠাইখিনিৰ সৌন্দৰ্য্যবৃদ্ধি কৰিলে কাজিৰঙালৈ অহা পৰ্যটকৰ বাবে এই স্থানটো আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিব।
0
Report
For breaking news and live news updates, like us on Facebook or follow us on Twitter and YouTube . Read more on Latest News on Pinewz.com
Advertisement
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
1
Report
0
Report
0
Report
1
Report
0
Report