Back
Golaghat785609blurImage

কাজিৰঙাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত পহু

PIUSH DAS
Aug 11, 2024 04:05:54
No.2 Sildubi, Assam
কাজিৰঙাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত পহু বানৰ পাছত কাৰ্বি পাহাৰৰ পৰা কাজিৰঙা অভিমুখী সুগৰী পহুটোক খুন্দিয়াই পলায়ন ট্ৰাকৰ কাজিৰঙাৰ বচাগাওঁত হোৱা এই দুৰ্ঘটনাত পৰবৰ্তী সময়ত বন বিভাগ উপস্থিত হৈ মৰণোত্তৰ বাবে প্ৰেৰন কৰে পহুটোৰ মৃতদেহ ৷
0
Report

For breaking news and live news updates, like us on Facebook or follow us on Twitter and YouTube . Read more on Latest News on Pinewz.com