Become a News Creator

Your local stories, Your voice

Follow us on
Download App fromplay-storeapp-store
Advertisement
Back
Golaghat785609

নিৰ্বাচনী প্ৰতিশ্ৰুতিতে সীমাবদ্ধ থাকিল দুবাৰকৈ উদ্ধোধন কৰা বৃহৎ কাজিৰঙা পানী যোগান আঁচনি

Jul 30, 2024 10:44:40
No.2 Sildubi, Assam

নিৰ্বাচনী প্ৰতিশ্ৰুতিতে সীমাবদ্ধ থাকিল দুবাৰকৈ উদ্ধোধন কৰা বৃহৎ কাজিৰঙা পানী যোগান আঁচনি৷উৎকত গৰমৰ এই সময়ছোৱাত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগিয়া হোৱা অঞ্চলটোৰ অধিকাংশ লোকে ব্যৱহাৰ কৰিব  লগিয়া হৈছে নদীৰ পানী ৷যাৰ পৰিপেক্ষিতত হাতে হাতে বাল্টি-কলহ লৈ প্ৰকল্পটোৰ চৌপাশত প্ৰতিবাদ সাব্যস্ত গাওঁৰ লোকসকলৰ ।প্ৰদৰ্শনীৰ বিপৰীতে প্ৰকল্পটো ভাঙি লৈ যোৱাৰ আহ্বান ভুক্তভোগী ৰাইজৰ

1
comment0
Report

For breaking news and live news updates, like us on Facebook or follow us on Twitter and YouTube . Read more on Latest News on Pinewz.com

Advertisement
Aug 03, 2024 09:49:29
0
comment0
Report
Aug 02, 2024 03:37:58
0
comment0
Report
Jul 29, 2024 12:04:35
0
comment0
Report
Jul 29, 2024 06:21:04
1
comment0
Report
Advertisement
Back to top