Back
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক মুখ্যমন্ত্ৰীৰ ২০খন ৰাবাৰ নাও অৰ্পণ
No.2 Sildubi, Assam
আজি মুখ্যমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে ২০খন ৰাবাৰ নাও অৰ্পণ কৰে। বাগৰি বনাঞ্চলত অনুষ্ঠিত কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে কয় যে এই নাওবোৰে বানৰ সময়ত যথেষ্ট সহায় কৰিব। প্ৰায় এঘণ্টাৰ ভিতৰত বিশ্বনাথ পাব পৰা এই শক্তিশালী নাওবোৰে বানদুৰ্গত বন্যপ্ৰাণী উদ্ধাৰতো সহায় কৰিব। তেওঁ লগতে উল্লেখ কৰে যে বিগত বানত স্থানীয় লোক, বন বিভাগ আৰু প্ৰশাসনৰ বিশেষ প্ৰচেষ্টাৰ বাবে পথ দুৰ্ঘটনাত বন্যজন্তুৰ মৃত্যুৰ সংখ্যা অতি কম আছিল।
0
Report
For breaking news and live news updates, like us on Facebook or follow us on Twitter and YouTube . Read more on Latest News on Pinewz.com
Advertisement
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
1
Report
0
Report
0
Report
1
Report
0
Report