Back
টিংখাংৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভ্ৰমণ: প্ৰকৃতি সুৰক্ষাৰ বাৰ্তা
Kohora, Assam
Growth from Grassroots ন্যাস আৰু বিধায়কৰ শৈক্ষিক উপদেষ্টা সমিতিৰ উদ্যোগত টিংখাং বিধান সভা সমষ্টিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গ্ৰীষ্মকালীন বন্ধত "অম্বেষণ" নামৰ শৈক্ষিক কৰ্মসূচী অনুষ্ঠিত হয়। কেবিনেট মন্ত্ৰী তথা টিংখাং সমষ্টিৰ বিধায়ক বিমল বড়াৰ পৃষ্ঠপোষকতাত এই কাৰ্যসূচী আয়োজন কৰা হয়। কৰ্মসূচীৰ অংশ হিচাপে শিক্ষাৰ্থীসকলে টিংখাংৰ পৰা গুৱাহাটীলৈ শিক্ষামূলক ভ্ৰমণ কৰে। দেওবাৰে কাজিৰঙাত উপস্থিত হৈ তেওঁলোকে প্ৰকৃতি সুৰক্ষাৰ শ্লগান দিয়া পৰিলক্ষিত হয়।
0
Report
For breaking news and live news updates, like us on Facebook or follow us on Twitter and YouTube . Read more on Latest News on Pinewz.com
Advertisement
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
1
Report
0
Report
0
Report
1
Report
0
Report