Back
ধুবুৰী জিলাৰ শালকোচাত বিলাসী বলেৰো বাহন সহ দুটা চোৰাং গৰু জব্দ
Bahalpur, Assam
এইবাৰ বিলাসী বাহনেৰে চোৰাং গৰু সৰবৰাহৰ ন-ন কৌশল সৰবৰাহকাৰীৰ।চাপৰৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত সন্তোষপুৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এখন বিলাসী বলেৰো বাহন সহ দুটা চোৰাং গৰু।এক গোপন সূত্ৰৰ পমখেদি শালকোচা আৰক্ষীয়ে নিশা চলাই এই অভিযান।আৰক্ষী অহাৰ উমান পাই বিলাসী বলেৰো বাহন আৰু চোৰাং গৰু এৰি পলায়ন সৰবৰাহকাৰীৰ।জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS 01 AN 5253।ঘটনা সন্দৰ্ভত শালকোচা আৰক্ষীৰ তদন্ত অব্যাহত।
0
Report
For breaking news and live news updates, like us on Facebook or follow us on Twitter and YouTube . Read more on Latest News on Pinewz.com
Advertisement
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
1
Report
0
Report
0
Report
1
Report
0
Report