Back
চাপৰত নামাজৰ সময়ত চিকিৎসকৰ চুপাৰ স্পেলেণ্ডাৰ বাইক চুৰি
Bahalpur, Assam
ধুবুৰী জিলাৰ চাপৰত বাইক চুৰিৰ ঘটনা অব্যাহত আছে। শুক্ৰবাৰে দুপৰীয়া কাজিপাৰাৰ পৰা এখন চুপাৰ স্পেলেণ্ডাৰ মটৰ চাইকেল চুৰি হয়। হোমিওপেথিক চিকিৎসক আৰিফুল হুছেইনে নিজৰ AS 17H 2953 নম্বৰৰ বাইকখন চাপৰ হোমিও ভৱনৰ সন্মুখত ৰাখি জুম্মাৰ নামাজ আদায় কৰিবলৈ গৈছিল। ঘূৰি আহি বাইকখন নেদেখি তেওঁ হতভম্ব হৈ পৰে। ওচৰৰে এখন দোকানৰ চিচিটিভি ফুটেজত দেখা গ'ল যে ১২.৪০ মান বজাত, মোক্তাদিৰ সকলে নামাজ আদায় কৰি থকাৰ সময়তে চোৰে বাইকখন চুৰি কৰিছে। এই ঘটনাই চাপৰ অঞ্চলত বাইক চুৰিৰ বৰ্ধিত প্ৰৱণতাক প্ৰতিফলিত কৰিছে।
1
Report
For breaking news and live news updates, like us on Facebook or follow us on Twitter and YouTube . Read more on Latest News on Pinewz.com
Advertisement
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
0
Report
1
Report
0
Report
0
Report
1
Report
0
Report