Back
ওৰেনিশা সাৰে থাকিল জুবিন দাৰ এইসকল অনুৰাগী !
Barama, Assam
ওৰেনিশা সাৰে থাকিল জুবিন দাৰ এইসকল অনুৰাগী !
বৰমাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তলৰ বাইপাছৰ দেৱালত নিশাই বৃহৎ জুবিনৰ ছবি আকিলে অনুৰাগী চিত্ৰশিল্পীয়ে !
যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক হেৰুৱাই এতিয়াও যেন সকলোফালে নিস্তব্ধতা! কোনেৱে যদি গানেৰে সোৱৰিছে জুবিনক, আন কোনোৱে আকৌ ৰং তুলিকাৰে সোৱৰিছে সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গক ।
বৰমাত ওৰেনিশা চলি থাকিল জুবিনৰ গান, এফালে চিত্ৰশিল্পীৰ ৰং - তুলিকা ! বিভিন্ন কামত ব্যস্ত থকা এইসকল যুৱক জুবিনৰ অনুৰাগী , ১২ ফুট দৈৰ্ঘৰ আৰু ১০ ফুট প্ৰস্থৰ বৃহৎ আকাৰৰ ছবিখন সম্পূৰ্ণ কৰিলে এইসকল যুৱকে।
কোনো কাৰণতেই জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ যেন এতিয়াও মানি ল'ব পৰানাই এইসকল অনুৰাগীয়ে !
0
Report
For breaking news and live news updates, like us on Facebook or follow us on Twitter and YouTube . Read more on Latest News on Pinewz.com
Advertisement
KKKRISNDEV KUMAR
FollowMar 27, 2026 03:49:440
Report
JPJai Pal
FollowMar 27, 2026 03:47:380
Report
GPGYANENDRA PRATAP
FollowMar 27, 2026 03:47:240
Report
RKRampravesh Kumar
FollowMar 27, 2026 03:47:110
Report
ASArvind Singh
FollowMar 27, 2026 03:47:030
Report
CSChandrashekhar Solanki
FollowMar 27, 2026 03:46:480
Report
KKKRISNDEV KUMAR
FollowMar 27, 2026 03:46:230
Report
UMUJJWAL MISHRA
FollowMar 27, 2026 03:46:040
Report
VRVIJAY RANA
FollowMar 27, 2026 03:45:530
Report
VRVIJAY RANA
FollowMar 27, 2026 03:45:360
Report
JPJai Pal
FollowMar 27, 2026 03:45:270
Report
SKSandeep Kumar
FollowMar 27, 2026 03:45:150
Report
SSSUNIL SINGH
FollowMar 27, 2026 03:37:46864
Report
RDRAJKUMAR DIXIT
FollowMar 27, 2026 03:37:37898
Report
PCPranay Chakraborty
FollowMar 27, 2026 03:37:15875
Report